সৰু থাকোতে স্কুলৰ বন্ধ বোৰত মামাহতৰ ঘৰত ফুৰিব যোৱাৰ আনন্দ টোৱে বেলেগ আছিল।সকলো মানুহে জীৱনত প্ৰথম হোৱা অভিজ্ঞতা বোৰ কেতিয়াও নাপাহৰে।যিদৰে মই আজিও পাহৰা নাই ৰূপা মাহীক।কবলৈ গলে ৰূপা মাহী মোৰ নিজৰ মাহী নাছিল। এখন গাৱৰে আছিল।কিন্ত সৰুৰে পৰা মোৰ মামাহতৰ ঘৰতে ডাঙৰ দীঘল হৈছিল। মাৰ বিয়াৰ পিছত ককা আইতা সম্পূৰ্ণ অকলশৰীয়া হৈ গৈছিল। ডাঙৰ মামায়ো চাকৰি সূত্ৰে গুৱাহাটীত আছিল।ঠিক তেতিয়াই ৰূপা মাহীয়ে আইতা হতক চোৱাচিতা কৰিছিল। মোতকৈ বয়সত চাৰি পাচ বছৰৰ ডাঙৰ আছিল চাগে ৰূপা মাহী।মেট্ৰিক পৰীক্ষা দি উঠি মই...
ৰূপা মাহী
ৰূপা মাহী