যিটো কাহিনী ক'বলৈ গৈ আছো তাৰ আৰম্ভণি সেইদিনাই হৈছিল যিদিনা দীপ্তি দাস মোৰ খুৰালৈ বিয়া হৈ আহিছিল ৷ খুৰাই বিয়া নকৰাওঁ নকৰাওঁ বুলি শেষত কৰাইছিল আৰু দুজনী ছোৱালীও জন্ম দিছিল ৷ কিন্তু বৈবাহিক জীৱনৰ যি দায়িত্ব, তাক সম্পূৰ্ণ পালন কৰিছিল বুলি ক'লে মিছা কোৱা হ'ব ৷ আৰু সেয়া হ'বই ৷ বিয়াৰ সময়ত খুৰাৰ বয়স চল্লিশ আৰু কুমলীয়া দিপ্তী খুৰী মাথো চাব্বিশ বছৰৰ ৷ মই হায়াৰ চেকেণ্ডেৰি পাছ কৰি উঠিছো মাত্ৰ ৷ কলেজীয়া জীৱনৰ জোছ্ ৷ বাইক চলাই, চিগাৰেট জলাই, ছোৱালী জোকাই ফুৰা দিন ৷ খুৰীৰ সৈতে প্ৰথমতে একো সম্পৰ্ক নাছিল ৷...
দীপ্তি খুৰী, মই, কমলা আৰু মৰম
দীপ্তি খুৰী, মই, কমলা আৰু মৰম