মোৰ নাম ৰাণী।আজি দুমাহ আগত একেখন গাঁৱৰে বিমলদাৰ লগত পলাই আহিছিলো।ঘৰৰ ওপৰতনো কিমান বোজা হৈ থাকিম।সেই ভাৱিয়ে মই ভালপাই থকা বিমলদাৰ লগত পলাই অহাৰ সিদ্ধান্ত ললো।গাৱত বেচিকৈ হুলস্থুল লগাৰ ভয়ত বিমলদাই মোক আনি তাৰগুৱাহাটীৰ বায়েকৰ ঘৰতে ৰখালে আৰু মোক ৰাখিয়ে বিমলদা যোৰহাট লৈ গুচি গল।কাৰন মোৰ ১৮ বছৰ হোৱা নাছিল।গতিকে পুলিচৰ কিবা সমস্যা হোৱাৰ ভয়ত বিমলদাৰ ভিনিহিয়েকে তাক কিছুদিন লোকাই থকাৰ কথা কলে।কিন্ত বিমলদাই মোক এৰি যোৱাৰ চাৰিদিনৰ দিনাখনেই এজাক ধুমুহাই মোক শেষ কৰি পেলালে।সিদিনাখন বিমলদাৰ বায়েক আৰু...
ভিনদেউৰ অত্যাচাৰ
ভিনদেউৰ অত্যাচাৰ